বিহুৰ সম্পৰ্কীয় এটা Twit /Article likhilu, specially বিছাৰক সম্পৰ্কীয় আৰু অন্যান্য কিছু দিশ সামৰি ।।।। আজি প্ৰায় 7 years bihu r lgt ওতঃপ্ৰোত ভাৱে জড়িত হৈ থাকি এটা কথা অনুভৱ কৰিছো যে বিহুমেলা বিলাকত আটাইতকৈ বেছি ডাঙৰ স্থান লাভ কৰা এটা বিষয় হৈছে বিচাৰক বির্তক।। আচলত বিচাৰক ৰ এটা সমস্যা আছে। ধৰি লোৱা হল 2015 ট কে বৰুৱাৰ জীয়েকে ist prizes pale, B. Gogoi a খুব সমালোচনা কৰিলে selfish hyse... 2016 ট B Gogoi r jiyek a 1st prize pale, K. Baruah i খুব সমালোচনা কৰিলে নহব এইয়া শুদ্ধ বিচাৰ নহয় selfish hyse.. 2017 ট কেওঁট ৰ জীয়েকে পালে, এইবাৰ বির্তক আৰু তুংগত, কাৰণ A baruah aru K Gogoi jiyek a napale... Bahut selfish hyse. Aneke hle iyaloy kun aahib nasibole.. Bisarok k question krib lage. 2018 ত মলা বাইদেউ জীয়েকে পালে।। এইবাৰ বিচাৰকৰ ওপৰত আক্ৰমণ ভাগভাগ হল committee r members. Nhb.. Guwahati r pra bisarok matim dorkar hle... এইয়া হৈছে বিহুমেলা সদায় চলি থকা বিচাৰক বির্তক, যিটো বির্তকৰ কেতিয়াও সমাধান নহয়।। এই কথা টো বিহুমেলাৰ লগত জড়িত প্ৰতিজন অভিজ্ঞ সদস্যই জানে, কিন্তু জানিও নজনাৰ ভাও ধৰে।। আনৰ আগত নিজৰ দোষটো এৰাই, বিচাৰকলৈ দোষৰ বলটো ঠেলি দিয়ে। এইটো আমাৰ সকলোৰে পৰম্পৰাগত চৰিত্ৰ। যি কি নহওঁক গোটেই ব্যৱস্থা টৌ কোনো ধৰণৰ খুত নথকাকৈ শুদ্ধ ৰূপত পৰিচালিতহোৱাটো আমি প্ৰত্যেকেই বিছাৰো।। কাৰণ বিহুমেলাখন আমাৰ সকলোৰে হিয়াৰ আমঠু।। গতিকে ব্যৱস্থাটোক শুদ্ধ কৰিবলৈ আমি সকলোৱে দায়বদ্ধ হব লাগিব। যদি ভুল দেখিছো তেন্তে তাক শুদ্ধ কৰা ৰ সঠিক পৰামর্শ দিব লাগিব তেতিয়া নিশ্চয় 15/16/17/18 ৰ ভুল বিলাক 19 ত নাথাকিব।। কিন্তু তাৰ সলনি কেবল আমি সকলোৱে ভুলৰ সলনি যদি ভুলে কৰি থাকো আনলৈ দোষৰ বল ঠেলি নিজে নিৰ্দোষী হবলৈ যাও তেন্তে কিন্তু আমি এখন শুদ্ধ বিহুমেলা কেতিয়াও নাপাম।। গতিকে সকলোৱে এইবাৰ যাতে একগোট হৈ সবল ভাৱে আগবাঢ়ি এখন জাকত জিলিকা বিহুমেলা পাতিব পাৰো তাৰ কাৰণে সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰে আগবাঢ়ি আহক।। সেয়াই আমাৰ কাম্য। Post to jate সকলোৱে Share kri ata strong massage তৈয়াৰ কৰে তাৰকাৰণে সকলোকে আহ্বান জনালো।।। জয় বিষ্ণপুৰ কলিতা গাঁও বিহু সন্মিলন জয়।।।।। ধন্যবাদ
বিহুৰ সম্পৰ্কীয় এটা Twit [ Nava Krishna Borah ( Kripon)]
0
April 03, 2019

Thanks for your Comment