ৰাসত নতুনত্ব আহিব লাগিব..অভিনয় সকলোৰে কাৰনে খুলা হৱ লাগিব.বৈষম্য সদাই নচলিব..যিসকলে পুৰুষ মহিলাৰ বৈষম্য আনে তেওলোক প্রকৃত শিক্ষিত হবই নোৱাৰে..যদি বিবাহিত মহিলাৰ ক্ষেত্রত বাধা থাকে,তেন্তে বিবাহিত পুৰুষৰ ক্ষেত্রতো একে বাধা থাকিব লাগিব..তেতিয়া য়ে সেইয়া শুদ্ধ হব..অন্যথা পুৰষৰ কাৰনে মুক্ত আৰু মহিলাৰ কাৰনে বন্ধ এই অগনতান্ত্রিত ব্যৱস্হা বন্ধ হব লাগিব...তেতিয়া আমাৰ শিক্ষিত সমাজৰ পৰা সমৰথন পাব আৰু ৰাসৰ ভবিষ্যত ও উজ্জ্বল হব.....
আমাৰ দাবী প্রতি ৰাইজে সহাৰি জনোৱা বাবে সকলোকে কৃতজ্ঞতা জনালো..আশা কৰো আগলৈ ও যুক্তিপুণ্ বিচাৰধাৰা আৰু গনতান্ত্রিক চিন্তাৰ প্রতি সকলোৰে সমৰ্থন থাকিব..
Hello
ReplyDeleteThanks for your Comment